Advertisement

Main Ad

#অবিনাশী_কবীৰ_পৰমেশ্বৰSant Rampal Ji Maharaj



#অবিনাশী_কবীৰ_পৰমেশ্বৰ

Sant Rampal Ji Maharaj



এবাৰ কবীৰ চাহাব সিকন্দৰ লোধিৰ দৰবাৰত বহি সৎসঙ্গ কৰি আছিল। তেতিয়া শেখতকীয়ে চিপাহীক কলে যে লোহা গলাই পানীৰ দৰে কৰি কবীৰ চাহাবৰ ওপৰত ঢালিব লাগে। আদেশ মতে কাম হল। তেওঁৰ ওপৰত গলি যোৱা লোহা ঢলাৰ লগে লগেই সেয়া ফুল হৈ গল, যেন ফুলহে বৰষিব ধৰিছে।
কবীৰ পৰমেশ্বৰৰ ওপৰত ১২ ঘণ্টা লৈকে তোপৰ গোলা বর্ষণ কৰাৰ কুচেষ্টা।

মুছলমান পীৰ শেখতকীয়ে ষড়যন্ত্ৰ কৰি কবীৰ পৰমেশ্বৰৰ উপৰত ১২ ঘণ্টা লৈকে একেৰাহে তোপৰ গোলা বর্ষণ কৰিলে, কিন্তু কোনো এটা তোপৰ এটাও গোলা কবীৰ পৰমেশ্বৰৰ ওচৰ নাপালেগৈ, শেষত কবীৰ পৰমেশ্বৰদেৱ গঙ্গা নদীত অন্তৰ্ধান হৈ সন্ত ৰবিদাস দেৱৰ কুটীৰত প্ৰকট হৈ বহিল।



#অবিনাশী_কবীৰ_পৰমেশ্বৰ

Sant Rampal Ji Maharaj

#saintrampalji 
#trending 
#viral 
https://www.jagatgururampalji.org/jeene-ki-rah.pdf

एक टिप्पणी भेजें

0 टिप्पणियाँ